চৈয়দচোঁচ

চৈয়দ আব্দুল মালিক (Assamese) [ Roman: soi.yod ab.dul ma.lik]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-30
1. PersonalitiesLiterature(Proper Noun-Masculine) Syed Abdul Malik (1919-2000) was one of the most widely known and popular writers in Assamese literature. Beginning his literary career in the early forties he enriched Assamese literature with short stories, novels, poetry and other writings spanning over five decades. Syed Abdul Malik authored as many as 50 novels, 25 short story collections, five poetry collections, three children’s books, 20 dramas and many books on various topics. He was the President of Axom Xahitya Xabha in 1977.He won many literary awards, including Sahitya Academy (1972) for novel "Aghari Atmar Kahini", Assam valley Literary award ( 1992), Sankardev award (1995) and was also recognised with the Padma Shri and Padma Bhushan. He had also written a large number of plays for All India Radio (AIR). চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক চুটিগল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০ খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷ তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৫ চনত শংকৰদেৱ বঁটা আৰু "পদ্মশ্ৰী" "পদ্মভূষণ" সন্মান লাভ কৰে৷